Posted inদেশ-বিদেশ

Zojila Tunnel:চাৰে তিনি ঘন্টাৰ যাত্ৰা এতিয়া ১৫ মিনিটতে সম্পন্ন হ’ব

নিউজ ডেস্কঃ লাডাখৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ এতিয়াৰ পৰা আপোনালোকে জম্মু -কাশ্মীৰৰ পৰা তিনি ঘন্টীয়া যাত্ৰা কৰিব নালাগে। মাত্ৰ ১৫ মিনিটৰ ভিতৰতে আপোনালোক লাডাখত গৈ উপস্থিত হ’ব পাৰিব। কাৰণ জম্মু-কাশ্মীৰ আৰু লাডাখৰ মাজত নিৰ্মাণ কাৰ্য চলি থকা জোজিলা সুৰংগৰে লাডাখত উপস্থিত হ’বলৈ এতিয়াৰে পৰা সময় লাগিব মাত্ৰ ১৫ মিনিট। সাগৰ পৃষ্ঠৰ পৰা ১১,000 বৰ্গ মিটাৰতকৈ অধিক […]