Posted inদেশ-বিদেশ

পুলৱামাত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত দুজন সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এঘণ্টাধৰি চলি থকা সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে দুজন সন্ত্ৰাসবাদীক হত্যা কৰে। পুলৱামাত যোৱা ২৪ ঘণ্টা ধৰি জম্মু-কাশ্মীৰ আৰক্ষী, চিআৰপিএফ আৰু ভাৰতীয় সেনা বাহিনীৰ এটা অভিযানকাৰী দলে নামিবিয়ান আৰু মাৰচাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি অঞ্চলটো ঘেৰাও কৰাৰ পিছত এনকাউণ্টাৰ আৰম্ভ হৈছিল। লগতে […]