Posted inNews

পুনৰ নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। নতুন বৰ্ষৰ প্ৰথমটো দিনতে উপত্যকাটোত সন্ত্ৰাসবাদীৰ আক্ৰমণে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ পিছত জোৰদাৰ হৈ পৰিছে নিৰাপত্তাৰক্ষীৰ অভিযান। আজি পুৱা জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে দুই সন্ত্ৰাসবাদী সদস্য। আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে,  বুডগাম চহৰৰ জিলা আদালত কমপ্লেক্সৰ সমীপত সংঘটিত হয় এই এনকাউণ্টাৰ। উল্লেখ্য যে জম্মু-কাশ্মীৰ […]