Posted inঅসম

জামুগুৰিহাটত মানৱ সৰবৰাহকাৰী আটক

জামুগুৰিহাটঃ জামুগুৰিহাটত আৰক্ষীৰ জালত পৰিল মানৱসৰবৰাহকাৰী। জামুগুৰিহাটৰ জয়সিদ্ধিৰ বিতু বৰা নামৰ মানৱসৰবৰাহকাৰীটোৱে জামুগুৰিহাটৰ হাটিঙাৰ এগৰাকী ৩৫ বছৰীয়া বিবাহিত মহিলাক বিভিন্ন প্ৰলোভন দেখুৱাই লৈ যায় আৰু ১ লাখ ৫ হাজাৰ টকাত সুদুৰ হাৰিয়ানাত বিক্ৰী কৰাৰ লগতে মহিলা গৰাকীৰ তিনি সন্তানকো গহপুৰৰ বেদেতীৰ দুজন যুৱকক বিক্ৰী কৰি দিছিল। এই ঘটনা যোৱা মে’ মাহত সংঘটিত হৈছিল। কিন্তু মহিলাগৰাকীয়ে […]