Posted inঅসম

জামুগুৰিহাটত জংঘলৰ মাজত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল

জামুগুৰিহাটঃ একাংশ শিক্ষকৰ অমানবীয় কৰ্ম-কাণ্ডই এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ৷ নিজৰ মইমতালিত চলা এই সকল শিক্ষকৰ কাম-কাজে এতিয়া শৈক্ষিক প্ৰেমী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিম জামুগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল জংঘলৰ মাজত পেলায় দিয়াত শিক্ষক গৰাকীৰ কৰ্মকাণ্ডত এতিয়া সচেতন মহলৰ চকু কপালত উঠিছে ৷ লগতে […]