জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ তেজালপট্টি চাহ বাগিছা খেলপথাৰত সদৌ অসম “হ” সমাজ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতি তথা প্ৰাথমিক সমিতিৰ সহযোগত প্ৰথম বাৰ্ষিক অঁত গুৰু কল লাকু বদ্ৰাৰ ১০৩ সংখ্যক জন্ম জয়ন্তী পালন কৰে। কাৰ্যসূচী মৰ্মে পতাকা উত্তোলন কৰে অঞ্চলৰে সমাজকৰ্মী ললিত বদ্ৰাই। তাৰপিছত স্মৃতি তৰ্পণ, বন্তী প্ৰজ্বলনৰ পিছতে মুকলি সভাৰ মঞ্চ মুকলি কৰে […]