হোজাই : নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ চৌদিশে বানপানী। সমান্তৰালকৈ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ কেবাটাও অঞ্চলত বানপানীৰ কবলত পৰিছে। নৌকাৰে যমুনামুখৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি আৱেগিক হৈ পৰে বিধায়ক ছিৰাজুদ্দিন আজমল৷ যমুনামুখ সমষ্টিৰ জংগলব্লক , চাৰ্লক, ভেদৌআটি আদি অঞ্চলৰ কেবাখনো গাঁওৰ ৰাইজ দিশহাৰা হৈ পৰাৰ লগতে জলমগ্ন হৈ পৰিছে কৃষি পথাৰ৷ সম্প্ৰতি ডবকাৰ যমুনামুখত ভয়াবহ বান […]