নিউজ ডেস্কঃ আজি জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাই এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিভাগৰ অধীনস্থ বিভিন্ন আঁচনি আৰু কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ মূল্যায়ন কৰি পশুপালকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে বিভাগৰ যাৱতীয় কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। লগতে, ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্তৰ শেহতীয়া পৰিস্থিতিৰ […]