Posted inNews

জনিয়াৰ শওঁপুৰত বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিলে অখিল গগৈয়ে

বৰপেটা : বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ শওঁপুৰত কৰাৰকুৰত বেঁকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সম্প্ৰতি বেঁকী নদীৰ গৰাখহনীয়াই আংশিকভাৱে উটুৱাই নিয়া ২ য় বিকল্প ৰাজ্যিক ঘাইপথৰ খহনীয়াগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক দাবী জনায় […]