Posted inদেশ-বিদেশ

ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা

নিউজ ডেস্কঃ ভাৰতত আজি পুৱাই উপস্থিত হ’লহি বন্ধুত্ব ৰাষ্ট্ৰ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা। দুদিনীয়া ভ্ৰমণসূচীৰে কিছিদা ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হোৱা ফুমিও কিছিদাক ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰকে উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী ফুমিও কিছিদা ভাৰত ভ্ৰমণৰ পূৰ্বে ফেচবুক লিখিছিল যে, জাপানৰ জি-৭ ৰ সভাপতিত্ব […]