Posted inস্বাস্থ্য

ৰাজ্যত যোৱা দুমাহত জাপানীজ এনকেফেলাইটিছত ৮৫ জনৰ মৃত্যু

নিউজ ডেস্ক: যোৱা দুমাহত ৰাজ্যত ৮৫ জন লোকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে, স্বাস্থ্য বিভাগে প্ৰকাশ কৰা বুলেটিনত এই তথ্য প্ৰকাশ পাইছে। স্বাস্ত্য বিভাগৰ তথ্য অনুসৰি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হোৱা এজন লোককে যোৱা ১০ দিনত ৯ জন লোকৰ মৃত্যু হয়। আনহাতে চলিত বৰ্ষৰ জুলাইৰ পৰা এতিয়ালৈকে ৩৯০ জন লোকৰ মৃত্যু […]