Posted inNews

নেহৰুৰ দেশত আজি অৰ্ধেক সংখ্যক সাংসদেই অপৰাধত অভিযুক্ত: ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী

নিউজ ডেস্ক: ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী লী ছিয়েন লুং (Lee Hsien Loong)-এ এক মন্তব্যক লৈ ভাৰতত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লী ছিয়েন লুঙে দেশখনৰ সংসদত অনুষ্ঠিত এক বিতৰ্কত ভাৰতৰ অৰ্ধেক সংখ্যক সাংসদেই অপৰাধৰ গোচৰত অভিযুক্ত বুলি কৰা মন্তব্য সন্দৰ্ভত ভাৰতে তীব্ৰ আপত্তি কৰিছে। ৭০ বছৰীয়া প্ৰধান মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী জৱাহাৰলাল […]