Posted inমুখ্যপৃষ্ঠা

অসম চৰকাৰে নিষ্পত্তি কৰিব প্ৰায় ৩লাখ সাধাৰণ গোচৰ

গুৱাহাটীঃ সমগ্ৰ অসমত অধীনস্থ আদালতত সৰু অপৰাধমূলক গোচৰবোৰ ফৌজদাৰী প্ৰক্ৰিয়া বিধি,১৯৭৩ৰ ধাৰা ৩২১ প্ৰয়োগ কৰি ৬মাহৰ ভিতৰতে নিষ্পত্তি কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। দেওবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সামৰণিৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেখেতে কয়, “আমি চিআৰপিচিৰ ধাৰা ৩২১ প্ৰয়োগ কৰি ৪.১৯ লাখ ক্ষুদ্ৰ অপৰাধৰ গোচৰৰ প্ৰায় তিনি লাখ […]