নিউজ ডেস্ক: সোমবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ বাবে এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । লগতে উপস্থিতিত থাকে প্ৰতিখন জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো অভিযন্তাসকল । তেওঁলোকৰ উপস্থিতিত অসমৰ জল জীৱন […]