Posted inৰাজনীতি

বিহাৰত নতুন ৰাজৈনতিক দৃশ্যপট, বিজেপিক বিদায় দিলে নীতিশ কুমাৰে

নিউজ ডেস্ক: বিহাৰত ৫ বছৰৰ পিছত পুনৰ নীতিশ কুমাৰ JDU আৰু BJP-ৰ মাজৰ মিত্ৰতাৰ অৱসান ঘটিছে। মঙলবাৰে মুখ্য মন্ত্ৰীৰ আৱাসত অনুষ্ঠিত JDU-ৰ সাংসদ আৰু বিধায়সকলৰ বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়। যোৱা দীৰ্ঘদিন ধৰি বিহাৰত JDU আৰু BJP-ৰ মাজত চলি থকা শীতল ইয়াৰ লগে লগে এতিয়া Bihar political crisis বিহাৰৰ নীতিশ কুমাৰৰ জেডি(ইউ)য়ে পুনৰ বিজেপিৰ […]