নিউজ ডেস্ক: JEE Main 2022-ৰ পৰীক্ষাৰ ফলাফল বাহিৰ হৈছে। আজি (মাজনিশা) নেশ্যনেল টেষ্টিং এজেন্সি (NTA)-এ বিভাগীয় ৱেবছাইট jeemain.nta.nic.in-ত JEE Main Session 1-ৰ ফলাফল ঘোষণা কৰে। উল্লেখযোগ্য যে ইতিমধ্যে NTA-এ যোৱা ৬ জুলাইত সকলো শ্বিফ্টৰ বাবে JEE Main provisional-ৰ চূড়ান্ত answer key প্ৰকাশ কৰিছিল। আজি Paper 1(BE আৰু BTech)-ৰ ফলাফল ঘোষণা কৰা হয় যদিও Paper 2 […]