দীপক কুমাৰ দাস: জীৱ শ্ৰেষ্ঠ মানৱে অৱশেষত মহাকাশ পৰ্য্যটন মুকলি কৰিলে।বহু প্ৰতীক্ষিত মহাকাশ পৰ্য্যটন আৰম্ভ কৰিলে ধনাঢ্য ব্যক্তি ৰিচাৰ্ড ব্ৰেনচন আৰু জেফ বেজ’ছে। দুই ধনাঢ্যৰ ব্যক্তিগত মহাকাশ কোম্পানীৰ এসপ্তাহৰ অগাপিছাকৈ পৃথক পৃথক মহাকাশ পৰ্যটন অভিযানৰ ইতিহাসত দুগৰাকী ভাৰতীয় মহিলাৰ নামো সোণালী আখৰেৰে খচিত হ’ল । এগৰাকী ভাৰতীয় মূলৰ মহিলা মহাকাশলৈ গ’ল আৰু আন এগৰাকীয়ে মহাকাশ […]