নিউজ ডেস্ক: ঝাৰখণ্ডৰ এখন আদালতে ১৫ জন লোকৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায়দান কৰিছে। ২০১৯ চনত ৰাজ্যখনৰ জমছেদপুৰস্থিত ঘাঘীদীহ (Ghaghidih) কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰত এই লোককেইজনৰ বিৰুদ্ধে আদালতে মৃত্যুদণ্ডৰ ৰায়দান কৰিছে। ২০১৯ চনৰ ২৫ জুনত কেন্দ্ৰীয় কাৰাগাৰখনত দুটা গোটৰ মাজত সংঘটিত এক মাৰপিটৰ ঘটনাত দুজন কয়দী গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰে মনোজ কুমাৰ সিং নামৰ কয়দীজনৰ […]