Posted inদেশ-বিদেশ

মোক গ্ৰেপ্তাৰ কৰাতো হৈছে ৫৬-ইন্সি কাপুৰুষালি: জিগনেশ মেৱানী

নিউজ ডেস্ক: ‘গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোক ধ্বংস কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে অসম আৰক্ষীৰ হতুৱাই মোক গ্ৰেপ্তাৰ কৰাইছিল,’ এই দাবী গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ। আজি নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি বিধায়ক গৰাকীয়ে এই দাবী কৰে। সংবাদমেলত বিধায়ক গৰাকীয়ে প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ কৰি কয়, ‘মোক গ্ৰেপ্তাৰ কৰাতো হৈছে ৫৬-ইন্সি কাপুৰুষালি কাণ্ড আৰু ই […]