Posted inNews

জিঅ’ চিনেমাৰ নতুন অভিলেখ, কি এই অভিলেখ?

নিউজ ডেস্ক- জিঅ’ চিনেমা এইবাৰৰ আই পি এলৰ ডিজিটেল স্ট্রীমিং পার্টনাৰ আছিল। এইবাৰ জিঅ চিনেমাই উপভোক্তাক বিনামূলীয়াকৈ আই পি এলৰ খেল চোৱাৰ সুবিধা প্ৰদান কৰিছিল। জানিব পৰা মতে, জিঅ’ চিনেমাই  ভিৱাৰশ্বিপপৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছে। গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত আই পি এলৰ ফাইনেল খেলখন একেলগে ৩.২ কোটিতকৈও অধিক লোকে জিঅ’ চিনেমাত […]