Posted inঅসম

চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত পৰ্যালোচনা সভা

সোণাৰিঃ অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আজি সোণাৰস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগত জল জীৱন মিছন, আন্তঃৰাজ্যিক সীমান্তৰ লগতে ক’ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে । অহা এসপ্তাহৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে অসম চৰকাৰৰ মুখ্য […]