অসমত কোৰোনাৰ সজাগতাৰ বাবে কংগ্ৰেছ দলে ৰাজহুৱা স্থানত প্ৰচাৰ অভিযান আজিৰে পৰা আৰম্ভ কৰিছে । কিছুদিনৰ আগলৈকে দলটোৰ জ্যেষ্ঠ নেতা সাংসদ আব্দুল খালেকে কোৰোনা সংক্ৰমণৰ চোৱাচিতাৰ কাম তেওলোকৰ নহয় চৰকাৰৰ বুলি কোৱাৰ বিপৰীতে দলটোৰ মুখ্য কাৰ্যালয়ত আজি ৰাইজক সজাগ কৰাৰ বাবে প্ৰচাৰ অভিযানৰ আৰম্ভনি কৰে । অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে অসমৰ ক’ভিড […]