Posted inঅসম

জামুগুৰিহাটত জীয়া ভৰলীৰ গাইড বান্ধ পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই

জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা চকীঘাট দলঙৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ হৈ থকা গাইড বান্ধৰ কাম মঙলবাৰে পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ চকীঘাটত উপস্থিত হৈ পিয়ুষ হাজৰিকাই চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জীয়া ভৰলীনদীৰ ওপৰত জি’অ টিউবৰ সলনি […]