Posted inঅসম

যোৰহাটত কেন্সাৰ হস্পিতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

যোৰহাটঃ ৰাজ্যৰ স্বাস্হ্যখণ্ডলৈ এক ইতিবাচক খবৰ৷ ২৮ এপ্ৰিলত যোৰহাটত মুকলি হ’ব কেন্সাৰ হস্পিতাল৷ ৰাইজৰ বাবে মুকলি কৰাৰ পূৰ্বে যোৰহাট মেডিকেল কলিজ চৌহদত নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ লগতে পঢ়কঃতিনি মহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে বনকৰা কিশোৰীক: গ্ৰেপ্তাৰ এজন স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে, টাটা ফাউণ্ডেচনৰ লগত ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত ৰাজ্যত […]