Posted inঅসম

বহাগ বিহুৰ প্ৰাকক্ষণত কবি নীলমণি ফুকনক প্ৰদান কৰা হ’ব জ্ঞানপীঠ

নিউজ ডেস্ক: বহাগ বিহুৰ প্ৰাকক্ষণত অহা ১১ এপ্ৰিলত বিশিষ্ট কবি নীলমণি ফুকনক প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এইবাৰ সাহিত্যৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান জ্ঞানপীঠ বঁটা অসমত প্ৰদান কৰা হ’ব। অহা ১১ এপ্ৰিলত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱণত স্বনামধন্য কবি গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। নীলমণি ফুকনৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক গুৱাহাটীতে […]