Posted inদেশ-বিদেশ

JNU-ৰ উপাচাৰ্য্য নিযুক্তিক লৈ বিতৰ্ক; এইয়া ‘নিৰক্ষৰতাৰ প্ৰদৰ্শন’: বিজেপি সাংসদ

নিউজ ডেস্ক: দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্য নিযুক্তিৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উপাচাৰ্য্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সময়ত সাম্প্ৰদায়িক আৰু ঘৃণাসূচক মন্তব্য কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি পণ্ডিতৰ নামত থকা এটা টুইটাৰ একাউণ্টৰ একাংশ পুৰণি টুইটৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰাৰ পিছতে টুইটাৰ একাউণ্টটো ডিলিট […]