Posted inNews

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত আয়োজিত চাকৰি মেলাত ৩৫০০ৰো অধিক প্ৰাৰ্থীৰ অংশগ্ৰহণ

নিউজ ডেস্ক: উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ চাকৰি মেলা শুক্ৰবাৰে সমাপ্ত হয়। ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ চৌহদত আয়োজিত এই চাকৰি মেলাত প্ৰায় ৩৫০০ৰো অধিক প্ৰাৰ্থীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰে। ১২৫টাতকৈও অধিক কোম্পানীয়ে প্ৰাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰাত স্নাতক, স্নাতকোত্তৰ, নৱাগত, আৰু অভিজ্ঞ চাকৰি প্ৰত্যাশীসকলে এই মঞ্চ ব্যৱহাৰ কৰি নিজৰ প্ৰতিভা, দক্ষতা আৰু বিশেষজ্ঞতা প্ৰদৰ্শন কৰে। চাকৰি সুযোগৰ বাবে […]