Posted inচাকৰি

চাকৰি! ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডত নিযুক্তি সৃষ্টি

নিউজ ডেস্ক: ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডত খালী হৈ থকা বিভিন্ন কাৰিকৰী পদৰ বাবে আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে অসমত প্ৰজেক্ট ইঞ্জিনিয়াৰ-I পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। পদৰ নাম: প্ৰকল্প অভিযন্তা-I পদৰ সংখ্যা: ২টা অৰ্হতা: ইলেক্ট্ৰনিকছ / ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন, ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন / কমিউনিকেচন / ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিকছ […]