Posted inঅসম

নিয়োগ বাৰ্তা : গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি মুকলি

নিউজ ডেস্ক : গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বিজ্ঞাপন যোগে খালী হৈ থকা ১২ টা ল ক্লাৰ্ক পদত অস্থায়ী নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ১৬ ছেপ্টেম্বৰ ২০২১। দৰমহা মাহিলি ২০,০০০ টকা। প্ৰাথী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক, স্নাতকোত্তৰ বা ডক্টৰেট ডিগ্ৰীধাৰি হ’ব […]