Posted inঅসম

অসম লোকসেৱা আয়োগৰ অধীনত নিযুক্তি মুকলি; সোনকালে আৱেদন কৰক

নিউজ ডেস্ক : অসম লোকসেৱা আয়োগে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত খালী হৈ থকা গৱেষণা বিষয়া / সহকাৰী পৰিকল্পনা বিষয়াৰ ১৫ টা পদৰ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। এক বিজ্ঞাপন যোগে অসম লোকসেৱা আয়োগে আগ্ৰহী প্ৰাৰ্থীসকলক অনলাইন আৱেদন কৰিবলৈ আহ্বান জনায়। আৱেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ। প্ৰাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে […]