সন্মুখত কোভিডৰ আতংক। চৌদিশে আশংকা। এই আশংকাৰ মাজতে গুগলৰ কৰ্মচাৰীসকলে এক নতুন আতংকৰ মাজত সময় পাৰ কৰিছে। জানিব পৰা গৈছে যে গুগলে কমেও ১০ হাজাৰ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিব। কিন্তু এয়া পাৰ্ফমেন্স ৰিভিউ চিষ্টেমৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কৰা হ’ব। জানিব পৰা গৈছে যে এই সমীক্ষা প্ৰণালীত ইতিমধ্যে কমেও ৬ শতাংশ কৰ্মচাৰীৰ প্ৰদৰ্শন আশানুৰূপ নহয় […]
Tag: JOBS
Posted inচাকৰি
জল জীৱন মিছনত ওলাইছে চাকৰি
Posted inচাকৰি