Posted inঅসম

নিয়োগ বাৰ্তা : দ্যা ইন্সটিটিউট অৱ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজিত চাকৰি

নিউজ ডেস্ক : দ্যা ইন্সটিটিউট অৱ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজি (IASST) খালী হৈ থকা বিত্ত আৰু গণনা বিষয়া (FAO)-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ ৱেবছাইটত গৈ অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ। পদৰ নাম – Finance & Accounts Officer (FAO), […]