Posted inঅসম

মিনি কলনীৰ প্ৰকল্পৰ কামৰ শুভ উদ্বোধন

মৰাণঃ ৰাজ্য চৰকাৰৰ পি এন আৰ ডি বিভাগৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া ভূমিহীন আৰু গৃহহীন লোকসকলৰ বাবে নিৰ্মাণ হবলগীয়া প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ লগতে মিনি কলনীৰ কাম মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই গাওঁ পঞ্চায়তৰ অধীনৰ খুমটাই চাহবাগিচাত শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে। প্ৰায় দহ বিঘা চৰকাৰী মাটিত মন্ত্ৰী যোগেন মহনে নিজে হাতত কোৰ মাৰি ফিটা টানি বিভাগীয় […]