Posted inNews

১০ মে’ৰ ভিতৰত মিছন বসুন্ধৰাৰ সকলো কাম শেষ হ’ব: মন্ত্ৰী যোগেন মহন

নিউজ ডেস্ক: শুকুৰবাৰে দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিত বিভাগীয় মন্ত্ৰী যোগেন মোহনৰ। মন্ত্ৰীজনে মিছন বসুন্ধাৰৰ অধীনত চলি থকা কাম-কাজৰ বুজ লয়। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী মোহনে ৰাজহ চক্ৰ বিষয়া, লাট মণ্ডল তথা প্ৰতিজন বিষয়াক লগত লৈ আলোচনা কৰে। উল্লেখযোগ্য যে সমগ্ৰহ অসমত মিছন বসুন্ধৰাৰ অধীনত ৮ লাখ আৱেদন পৰিছে। ইয়াৰে […]