Posted inদেশ-বিদেশ

কোৰোনাৰ ভেকচিন দুটা নালাগে এটা পালিতেই হ’ব এতিয়াৰে পৰা

দেশত কোৰোনাৰ ভেকচিনক লৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেশত নতুন এটা ভেকচিন দিয়াৰ ক্ষেত্ৰত অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে | নতুন ভেকচিনটোৰ ক্ষেত্ৰত এতিয়াৰে পৰা দুটা পালি লোৱাৰ প্ৰয়োজন নহ’ব। ভেকচিনৰ এটা পালি লৈয়েই কোৰোনাৰ সৈতে যুঁজিব পাৰিব । অৱশ্যে তাৰ বাবে ভাৰতত নতুনকৈ অনুমোদন জনোৱা ‘জনছন এণ্ড জনছন’ৰ ভেকচিন গ্ৰহণ কৰিব লাগিব। ভাৰত চৰকাৰে […]