Posted inঅসম

এইবাৰ অনুষ্ঠিত নহয় ঐতিহাসিক জোনবিল মেলা

নিউড ডেস্ক : প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা বিনিময় প্ৰথাৰ বাবে প্ৰসিদ্ধ ঐতিহাসিক জোনবিল মেলা এইবাৰ অনুষ্ঠিত নহয়। ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৫০০ বছৰ পুৰণি গোভা দেওৰজাৰ এই মেলা এইবাৰ বাতিল কৰা হৈছে। পূৰ্বৰ দৰে এইবাৰো মেলা পৰিচালনা সমিতিয়ে ২০, ২১ আৰু ২২ জানুৱাৰী তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ […]