Posted inঅসম

অনুষ্টুপীয়াকৈ আয়োজন কৰা জোনবিল মেলাৰ আজি দ্বিতীয় দিন

নিউজ ডেস্কঃ ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেলাৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে যদিও কেৱল ৰাজকীয় ঐতিহ্য পৰম্পৰা ৰক্ষাৰে প্ৰায় ১০০-১৫০ লোকেৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ আৰম্ভ হৈছে ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা৷ গোভা দেওঁৰজা দ্বীপচিং দেওঁৰজাই জোনবিল মেলাৰ বাকৰিত পতাকা উত্তোলন কৰি মেলাৰ শুভাৰম্ভণি কৰে৷ জোনবিলৰ বাকৰিতে ২০২২ বৰ্ষৰ জোনবিল স্মৃতিগ্ৰন্থ উন্মোচন […]