Posted inঅসম

শৰ্মা আহাৰ হোটেলৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

গুৱাহাটী : মহানগৰী গুৱাহাটীৰ যোৰাবাটত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। যোৰাবাটস্থিত শৰ্মা আহাৰ নামৰ হোটেলৰ কৰ্মচাৰী এজনৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহ উদ্ধাৰ হোৱা লোক জন বিহাৰৰ বাসিন্ধা বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৃহস্পতিবাৰে মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটৰ শৰ্মা আহাৰ নামৰ হোটেলখনত কৰ্মৰত এজন লোকৰ মৃতদেহ হোটেলখনৰ […]