নিউজ ডেস্কঃ পাঁচ মাৰ্চৰ পৰা জৰ্দানৰ আমানত আৰম্ভ হৈছে এখন চিত্ৰ প্ৰদৰ্শনী ৷ আমান মিউনিচিপালিটি আৰু ভাৰতৰ এছ্ এম্ ডি আৰ্ট ফাউণ্ডেচন উদ্যোগত “ৰছ্ – এ- লাইন“ আৰ্ট গেলাৰীত অনুষ্ঠিত এই শিল্প প্ৰদৰ্শনীখন উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত মিষ্টাৰ আনোৱাৰ হালিমে ৷ অসমকে ধৰি ভাৰতৰ কেইবাগৰাকীয়ো শিল্পীৰ লগতে জাপান , জৰ্দান, USA , কানাডা,আলবেনিয়া, টাইৱান, পেলেষ্টাইন […]