Posted inঅসম

যোৰহাটত তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় চাইকেল আৰোহীক

যোৰহাটঃ যোৰহাটত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। যোৰহাট বাইপাছৰ জিৰণি হোটেলৰ সমীপত এখন তীব্ৰ বেগী আই টোৱেন্টি গাড়ীয়ে মহতিয়াই লৈ যায় এজন চাইকেল আৰোহীক । আৰু পঢ়কঃ যোৰহাট আৰু খটখটিত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য দুৰ্ঘটনাত থিতাতে নিহত হয় চাইকেল আৰোহী জন। মৃত ব্যক্তিজন পুলিবৰৰ দামৰি চুকৰ দীপক বৰপাত্ৰ গোহাঞি বুলি জানিব পৰা গৈছে। আৰু […]