Posted inঅসম

জ্বৰ কাঁহ থকা ৰোগীক ঔষধ নিদিবলৈ চিকিৎসকক আহ্বান

যোৰহাট : যোৰহাটত ক’ভিড পৰীক্ষা নকৰোৱা জ্বৰ কাঁহ আৰু ক’ভিডৰ লক্ষণ থকা ৰোগীক ঔষধ নিদিবলৈ চিকিৎসকক আহ্বান যুটীয়া সঞ্চালকৰ। যোৰহাট জিলাত ক’ভিডৰ গণ-সংক্ৰমণ একাংশ লোকৰ ক’ভিড টেষ্টৰ প্ৰতি থকা অহেতুক ভয় আৰু একাংশ ব্যক্তিগতভাৱে চেম্বাৰত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকে ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট নোহোৱাকৈ ঔষধৰ বিধান দিয়াটো অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। যোৰহাট জিলা স্বাস্থ্য […]