যোৰহাট: দীৰ্ঘ দিন ধৰি যোৰহাট নগৰৰ মাজৰ পৰা ট্ৰাক স্টেন্ডটো স্থানান্তৰিত কৰাৰ দাবী উঠি অহাৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে সেইস্থানৰ পৰা সকলো বানিজ্যিক বাহন আইলামুখীয়ালৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। উপায়ুক্ত গৰাকীয়ে নিদেৰ্শনা জাৰি কৰাৰ ২৪ ঘন্টা নৌ হওতেই একাংশ গুদামৰ মালিকে তথা চালকে গাড়ী পাকিংৰ নিয়ম ভংগ কৰি আকৌ আৰম্ভ কৰিলে গাড়ীৰ […]