নিউজ ডেস্কঃ যোৰহাটৰ মাজমজিয়া অৱস্থিত চ’ক বজাৰত বৃহস্পতিবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ডত সংযোগ হয়। নিশা প্ৰায় ৯.১৫ বজাত সংযটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় দুঘণ্টা মানৰ ভিতৰতে সম্পূৰ্ণৰূপে জিলাখনৰ আটাইতকৈ পুৰণি বজাৰখন জুই জাহ যায় বুলি ক’ব পাৰি। জানিব পৰা অনুসৰি, প্ৰথমতে চ’কবজাৰৰ কাষতে থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ দিশৰ পৰা কেইখনমান দোকানতহে জুই […]