Posted inঅসম

অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী

নিউজ ডেস্কঃ যোৰহাট চহৰৰ মাজমজিয়াত দিনদুপৰতে সংঘটিত হোৱা উদণ্ড লোকৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ দেৰগাঁৱৰ খকন্দগুৰিৰ বাসগৃহত পুৱাই ৰাজ্য়ৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে যোৰহাট জিলাৰ উপায়ুক্ত অশোক বৰ্মন উপস্থিত হৈ প্ৰয়াত অনিমেষলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন […]