Posted inঅসম

আৰক্ষীয়ে জোতাৰে তৰাজান মন্দিৰত প্ৰৱেশ কৰি দুই যুৱকক প্ৰহাৰ

নিউজ ডেস্কঃ পূৰ্বৰ ঘটনাৰ পৰা শিক্ষা নলয় অসম আৰক্ষীয়ে। ওদালগুৰিৰ কেনাৰাম বসুমতাৰী বুলি ডিম্বেশ্বৰ মুছাহাৰীক এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ ঘোৰহাটত কৰিলে একে পুনৰাৱৰ্তন ঘটনা। ভাগ্যক্ৰমে এইবাৰ যেনিবা এনকাউণ্টাৰ কৰা নহ’ল নিৰ্দোষী। দেওবাৰে নিশা ১০.৩০ বজাত স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত অহা আৰক্ষী এটা দলে যোৰহাটৰ তৰাজান পূজা মন্দিৰৰ চৌহদত জিতেন ৰহিদাস বুলি পাপু ৰহিদাস নামৰ […]