Posted inঅসম

আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত দুই অসম সন্তানৰ সাফল্য

যোৰহাটঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল দুই অসম সন্তান। যোৰহাটৰ দুই যুৱ প্ৰতিভাৱান মৃগাঙ্ক মাইনা আৰু পূৰৱ শৰ্মাই ৰামেশ্বৰমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। যোৰহাটৰ এন.জে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত চুটি ছবি ”অনীহা”ৰ বাবে দুই যুৱকে লাভ কৰিছে এই সন্মান। এই চুটি ছবিখনে ফিল্ম ফেষ্টিভেলখনত Golden shell Award ৰ […]