গুৱাহাটীঃ ন্যায় বিচাৰি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকলৰ প্ৰতিবাদ। চিৰাং জিলাৰ বসুগাঁৱত সাংবাদিকক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিছে প্ৰতিবাদকাৰী সাংবাদিক সকলে। মঙলবাৰে মহানগৰী গুৱাহাটীত কৰ্মৰত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বাসুগাঁৱত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায়। সাংবাদিকক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা […]