Posted inঅসম

টীয়কত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক প্ৰহাৰ কৰিলে মিত্ৰজোঁটৰ একাংশ সমৰ্থকে

টীয়কঃ ৰাজ্য চৰকাৰে ক’ৰোনাৰ গণসংক্ৰমণ ৰোধৰ বাবে নিতৌ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে টীয়কত মিত্ৰজোঁটৰ একাংশ সমৰ্থকে ক’ভিডৰ নীতি নিয়ম ভৰিৰে মোহাৰি দুপৰ নিশালৈকে আয়োজন কৰিলে ভোজ-ভাত। বুধবাৰে নিশা আয়োজন কৰা ভোজ-ভাতৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে টীয়কত। টীয়কৰ কমাৰচুকত এগৰাকী ৱাৰ্ড সদস্যৰ ঘৰত আয়োজন কৰা হৈছিল ভোজৰ। এই সন্দৰ্ভত আৰক্ষীয়ে […]