নিউজ ডেস্ক : অসমৰ যুৱ সাংবাদিক পৰী শইকীয়ালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ Lorenzo Natali Media Prize বঁটা। ৰোহিঙিয়া যুৱতীৰ অবৈধ সৰবৰাহ সম্পৰ্কে যুগুত কৰা বিশেষ প্ৰতিবেদনৰ বাবে শইকীয়ালৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। উল্লেখযোগ্য যে উক্ত প্ৰতিবেদন প্ৰস্তুত কৰোঁতে শইকীয়াক এবছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছিল। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান VICE World News –ত প্ৰকাশিত Rohingya Brides […]