Posted inঅসম

বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু

বোকাজানঃ বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু। ক’ভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত মৃত্যু হয় সাংবাদিকগৰাকীৰ।  হাওঁফাওঁৰ সম্পূৰ্ণ বিকল হৈ দেওবাৰে নিশা ১২.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।সাংবাদিকগৰাকীয়ে।আৰু পঢ়কঃমানকাচৰত ক’ভিডত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু : ৪১১ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা সাংবাদিকতাৰ উপৰি বোকাজানৰ বিভিন্ন সামাজিক কাম-কাজত আগভাগ লৈছিল ৰুবুল দিহিঙীয়াই। ব্যক্তিগত […]