Posted inঅসম

সংকটত ঐতিহাসিক জয়সাগৰ পুখুৰী!যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে পুখুৰীটোৰ এটা পাৰ

শিৱসাগৰঃ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ দক্ষিণ পাৰ সংকটত । যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে পুখুৰীটোৰ পাৰৰ এটা অংশ। উল্লেখ্য যে, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সোঁৱৰণত এই বিশালকায় পুখুৰীটো খন্দোৱাইছিল ৷ কিন্তু পুখুৰীটোৰ সংৰক্ষণ, সংবৰ্দ্ধনৰ ক্ষেত্ৰত প্ৰশাসন-পুৰাতত্ত্ব বিভাগৰ উদাসীনতা অকৰ্মণ্যতাৰ বাবে পুখুৰীটোৰ অস্তিত্ব বৰ্তমান সংকটত । ইতিহাস প্ৰসিদ্ধ পুখুৰীটোক লৈ সংশ্লিষ্ট পক্ষৰ নিৰৱ ভূমিকাৰ বাবেই সম্প্ৰতি […]