Posted inঅসম

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটীঃ তিনিদিনীয়া অসম ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব দুয়োগৰাকী নেতা । শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দুয়োগৰাকী নেতাই বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিব। অনুষ্ঠানৰ শেষত দুয়োগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বুথ […]