Posted inNews

ডিব্ৰুগড়ৰ পৰাই আজি জেপি নাড্ডাই “মন কী বাত”ৰ অনুষ্ঠানটি উপভোগ কৰে

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্যতম ৰেডিঅ’ অনুষ্ঠান “মন কী বাত”ৰ অনুষ্ঠানটি আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, দলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী সম্বিৎ পাত্ৰ, অসম চৰকাৰ কেবিনেট মন্ত্ৰী বিমল বড়াই একেলগে উপভোগ কৰে। প্ৰধানমন্ত্ৰীৰ সু-গভীৰ বক্তব্য আৰু আলোকপাতে সমৃদ্ধ কৰা আজিৰ মন কী […]