Posted inNews

ৰাজনীতিৰ পথাৰত খোজ পেলালে অভিনেত্ৰী জুপিতৰা ভূঞাই

ৰাজনীতিত নতুনকৈ খোজ পেলালে অসমীয়া চলচ্চিত্ৰজগতৰ অভিনেত্ৰী জুপিতৰা ভূঞাই। আজি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত  যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ  উপস্থিতিত দলটোত যোগদান কৰিলে জুপিতৰা ভূঞাই। অসমবাসীৰ সকলোৰে পৰিচিত জুপিতৰা ভূঞাই চলচ্চিত্ৰ,  ভ্ৰাম্যমাণ থিয়েটাৰ আদি সাংস্কৃতিক ক্ষেত্ৰৰ পৰা এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে। যোগদান কাৰ্যসূচীত ৰিপুণ বৰাই কয় যে,  “জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা […]