Posted inঅসম

জুৰীয়াত আনন্দ মিশ্ৰ বাহিনীৰ সফল অভিযান

জুৰীয়া : জুৰীয়াত আনন্দ মিশ্ৰ বাহিনীৰ সফল অভিযান।আৰক্ষীৰ অভিযানত আটক চাইবাৰ ক্ৰাইমত জড়িত যুৱক। জুৰীয়া আৰক্ষীয়ে দেওবাৰে নিশা মোকাদ্দিৰ খান নামৰ চাইবাৰ ক্ৰইমত লিপ্ত যুৱক জনক আটক কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চাইবাৰ ক্ৰইমত লিপ্ত যুৱক জনক আটক কৰে। চাইবাৰ আপৰাধীজনক জেঙনি চুইছ গেট বজাৰৰ পৰা আটক কৰে আৰক্ষীয়ে। ধৃত মোকাদ্দিৰ খান […]