Posted inঅসম

আৰক্ষীৰ জালত পৰিল ড্ৰাগছ আসক্ত চিকিৎসক

ৰূপহীহাট : আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। এইবাৰ ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যোৱা আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ আসক্ত চিকিৎসক। চিকিৎসকসহ মুঠ চাৰিজন ড্ৰাগছ আসক্ত যুৱক গ্ৰেপ্তাৰ। ড্ৰাগছ মাফিয়া, ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ আসক্তৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি থকাৰ মাজতে নগাঁও আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ আসক্ত চিকিৎসক। নগাঁও জিলাৰ জুৰীয়া আৰক্ষীয়ে […]