Posted inঅসম

জুৰীয়াত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক

জুৰীয়াঃ জুৰীয়াত আনন্দ মিশ্ৰ বাহিনীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। জুৰীয়াৰ কদমনি পথাৰ গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত আটক এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োৰ নেতৃত্বত চলা অভিযানত ১৪টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ, নগদ ১২৪০ টকা জব্দ কৰাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। লগতে পঢ়কঃসোণাৰি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সামৰণি ধৃত […]