Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

Salman Khan ৰ ‘Kabhi Eid Kabhi Diwali’ ৰ পৰা আঁতৰাই দিলে ছেহনাজ গিলক! 

নিউজ ডেস্কঃ বলীউডত ‘Kabhi Eid Kabhi Diwali’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে মডেল, অভিনেত্ৰী শ্বেহনাজ গিলে। Salman Khan ৰ ‘Kabhi Eid Kabhi Diwali’ চিনেমাখনত শ্বেহনাজক চাবলৈ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু হঠাৎ এটা খবৰে অনুৰাগী সকলৰ অন্তৰ ভাঙি পেলাইছে। Shehnaz Gill ক ‘কভি ঈদ কভি দিৱালী’ চিনেমাখনৰ পৰা আঁতৰাই দিয়া হৈছে। এইটোও কোৱা […]