Posted inৰাজনীতি

কাৰ্বিপাহাৰত নিৰ্বাচনী ৰণডংকা:৭ লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৫৪জন প্ৰাৰ্থীৰ ভাগ্য

গুৱাহাটীঃ আজি কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৭.৩০বজাৰ পৰা ৯০৮টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত হৈছে ভোটগ্ৰহণ। প্ৰত্যেকেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা ভোটকেন্দ্ৰ সমূহত শাৰী পাতিছে। কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন। এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ১৫৪ জন প্ৰাৰ্থীয়ে। বিজেপিয়ে ২৬টা সমষ্টিত, কংগ্ৰেছে ২৪টা, […]